১০ মাৰ্চত কি আহি আছে !!

১০ মাৰ্চত কি আহি আছে ?





 সমগ্ৰ সামাজিক মাধ্যমত চলি থকা ১০ মাৰ্চৰ চৰ্চাৰ ইতিমধ্যে অৱসান ঘটাই আমি জনাব বিচাৰিছোঁ এক বিশেষ কথা ।


"পিশাচ" কোন অথবা কি ? তাৰ প্ৰশ্নৰ উত্তৰ হৈছে এখন অসমীয়া ছবি । আহিবলগীয়া এই অসমীয়া ছবিখনৰেই আগন্তুক ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰিব পষ্টাৰ আৰু ফাৰ্ষ্ট লুক টিজাৰ ।


গতিকে, আপোনালোক হওঁক সাজু ।

আহি আছে "পিশাচ"...