Coronavirusৰ মাজতে চীনত Hantavirusৰ সন্ত্ৰাস। কিন্তু কি এই Hantavirus ? চাওক


Coronavirusৰ সন্ত্ৰাস চলি থকাৰ মাজতে অন্য বেমাৰতো বিভিন্নজনে প্ৰাণ হেৰুৱাব লগা হৈছে। ভাৰতৰ লগতে অন্যান্য দেশ সমূহটো swine flu, bird flu আদি বেমাৰৰ ৰোগী বৰ্তমানেও ধৰা পৰি আছে।

Coronavirusৰ ত্ৰাসৰ এনে সময়তে চীনত Hantavirus নামৰ আন এটা Virusৰ সংক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

Chinaৰ Global Timesৰ ৰিপৰ্ট অনুসৰি Yunnan Provinceৰ এগৰাকী 32  বছৰীয়া ব্যক্তি সোমবাৰে Shandong Provinceৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত Hantavirus নামৰ Virusৰ সংক্ৰমণৰ ফলত বাছতে মৃত্যু হয়।

Hantavirus কি ?

Hantavirus হৈছে কিছুমান Virusৰ পৰিয়াল, সাধাৰণতে এন্দুৰ জাতীয় প্ৰাণীৰ পৰা সংক্ৰমণ হয়।