অসম কন্যা বৰ্ণালী দাসৰ সফলতা

 দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা বৰ্ণালী দাসে



ডাঙৰ ডাঙৰ বিজ্ঞানীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে অসমৰ কন্যা বৰ্নালী দাসে।


বিশাল মহাকাশৰ ৰহস্য ভেদ কৰি আৱিস্কাৰ কৰিছে সূৰ্যতকৈও বিশাল আৰু অধিক তাপ থকা ৮ টা নক্ষত্ৰ।


এই সৰ্ম্পকে অধিক অধ্যয়নৰ বাবে এতিয়া আমেৰিকাত আছে বৰ্ণালী দাস।


'টাটা ইনষ্টিটিউটত অৱ ফাণ্ডামেণ্টাল ৰিছাৰ্চ'  গৱেষণাগাৰত তেওঁ গৱেষণা কৰিছিলে ৷