বিহু মঞ্চত কোন শিল্পীয়ে ল’ব কিমান মাননি ?
চাওঁতে চাওঁতে হেপাঁহৰ ৰঙালী বিহুটি একেবাৰে ওচৰ পালেহি ৷ চাৰিওফালে ঢোল পেপাৰ মাতে ৰজনজনাব ধৰিছে ৷ বিহুৱা বিহুৱতীৰ লগতে গায়ক গায়িকা সকলো সাজু হৈ উঠিছে বিহু মঞ্চৰ বাবে ৷ আজি আমি জানো আহক কোন গৰাকী গায়ক গায়িকাই কিমান টকাৰ মাননি ল’ব ৷
√ জুবিন গাৰ্গ - ১০ লাখ টকা
√ অংগৰাগ পাপন মহন্ত - ১৫ লাখ টকা
√ দীক্ষু শর্মা ৪-৫ লাখ টকা
• কৃষ্ণমণি চুতীয়া ৩.৫০ লাখ টকা
• বিপিন চাউদাং ২.২০-২.৫০ লাখ টকা
• জুবলী বৰুৱা ৪-৪.৫০ লাখ টকা
• বর্ণালী কলিতা ৩.৫০-৪.৫০ লাখ টকা
• সুৱাসনা দত্ত ৩.৫০-৫ লাখ টকা
√ ৰূপম ভূঞা ২-২.৫ লাখ টকা
√ ভৃগু কাশ্যপ ৪.৫০-৬ লাখ টকা
• নির্মালি দাস ২-৩ লাখ টকা
√ জীনা ৰাজকুমাৰী ১.২০-২.৫০ লাখ টকা
• প্রিয়ংকা ভৰালী ৩.৫০-৫ লাখ টকা
√ গায়ত্রী হাজৰিকা ২.৫-৩ লাখ টকা
√ ভাস্বতী ভাৰতী ৪০ হাজাৰ-১.৫০ লাখ টকা
√ মৌচম গগৈ ২.৫০-৩ লাখ টকা
• নীল আকাশ ৬.৫০ লাখ টকা
• বাবু বৰুৱা ২.৫০-৩.৫০ লাখ টকা
√ দীপলিনা ডেকা ৪.৫০ লাখ টকা
• কুসুম কৈলাশ ৫-৫.৫০ লাখ টকা
√ শংকুৰাজ কোঁৱৰ ৫-৬ লাখ টকা
√ মন্টুমণি ৩-৪ লাখ টকা
• ৰাকেশ ৰিয়ান ৪.৫০-৫ লাখ টকা
• প্রবীণ বৰা ৩-৪.৩০ লাখ টকা
√ দেৱজিৎ বৰা ৩-৩.৫০ লাখ টকা
• ময়ূৰী দত্ত ২.৫০-৩.৫০ লাখ টকা