মস্কোত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ
ৰাছিয়াৰ ৰাজধানী মস্কোত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ৬০জন লোক মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক ষ্টেটে স্বীকাৰ কৰিছে। জানিব পৰা মতে, কনচাৰ্ট হলত চাৰি-পাঁচজনীয়া সন্ত্ৰাসবাদীৰ দল এটা প্ৰৱেশ কৰিছিল। হাতত আছিল অট’মেটিক কলাস্নিকোভ ৰাইফল। ৰাছিয়াৰ তদন্তকাৰী সংস্থাই ৰাইফল আৰু সেই ৰাইফলেৰে চলোৱা গুলীৰ ফটো প্ৰকাশ কৰিছে।

