31 March পৰ্যন্ত সান্ধ্য আইন বাহাল ৰখাৰ সিদ্ধান্ত Punjab চৰকাৰৰ



Punjab চৰকাৰে Corona Virusৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে 31 March পৰ্যন্ত সান্ধ্য আইন বাহাল ৰখাৰ কথা ঘোষণা কৰিছে।
Punjabত এই পৰ্যন্ত 14 জন লোকক Corona Virus সংক্ৰমিত বুলি ঘোষণা কৰা হৈছেে। সেই মৰ্মে ৰাইজৰ কল্যাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে Punjab চৰকাৰে।