২১ দিনৰ বাবে সমগ্ৰ দেশ লকডাউন, প্ৰধানমন্ত্ৰী মুডীয়ে হাতযোৰ কৰি ঘোষণা কৰে



  • মঙলবাৰৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশত লকডাউন ঘোষণা।
  • দেশবাসীক হাত জোৰ কৰি মোডীৰ আহ্বান।
  • আপুনি য’তে আছে তাতে থাকক।
  • চহৰ, মহানগৰী গাওঁ অলিয়ে-গলিয়ে এই লকডাউন সফল কৰিবলৈ আহ্বান।
  • আগন্তুক ২১ দিন অতি গুৰুত্বপূণ ঘোষণা মোডীৰ।
  • ২১ দিনৰ বাবে লকডাউন হ’ব সমগ্ৰ দেশ।