° দেশত বনজুইৰ দৰে বিয়পি পৰিছে কোৰোনা ভাইৰাছ ৷
° এতিয়ালৈকে পাঁচ শতাধিকতকৈ অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ দ্বাৰা ৷
° এঘাৰজন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷
° কেন্দ্ৰ চৰকাৰে দেশত ২১ দিনৰ বাবে ঘোষণা কৰিছে Lock Down .
°বিহুৰ আগদিনালৈকে অব্যাহত থাকিব Lock Down
°পৰিস্থিতি অধিক ভয়াবহ হ’লে হয়তো বাঢ়িব পাৰে Lock Downৰ দিন ৷
° নিশ্চিত ভাবেই কোৰোণা ভাইৰাছে ম্লান কৰিব ৰঙালী বিহুৰ উছাহ৷
° বিহু কমিটি সমূহে ইতিমধ্যে মঞ্চ বিহুত সাংস্কৃতিক অনুষ্ঠান নপতাৰ সিদ্ধান্ত লোৱা দেখা গৈছে ৷
° পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো বাতিল হ’ব পাৰে বিহু কুঁৱৰী,বিহু সম্ৰাজ্ঞী, শ্ৰেষ্ঠ বিহু দল আদিৰ দৰে বিহু প্ৰতিযোগিতা ৷
°কোৰোণা ভাইৰাছৰ বাবে যিহেতু ঘৰতে আবদ্ধ থাকিব লাগিব গতিকে বিহুৰ যা-যোগাৰটো সমস্যা হ’ব ৷
°উল্লেখযোগ্য যে CAA প্ৰতিবাদৰ বাবে মাঘ বিহুৰ আনন্দ বহু পৰিমাণে স্তিমিত হৈছিল ৷ আৰু এইবাৰ ৰঙালী বিহুৰ সময়ত COVID-19ৰ সন্ত্ৰাস ৷