কৰ'ণা ভাইৰাছৰ ফলত ভাৰতত মৃত্যুহোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি



  • তামিলনাডুত কোৰোনা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহত হাস্পতালত ভৰ্তি কৰা এজন লোকৰ মৃত্যু।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল লোকজন।
  • লোকজন কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ।
  • লোকজনৰ সৈতে ভাৰতত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি।
  • অৱশ্যে লোকজন কোৰোনা ভাইৰাছত আক্ৰান্ত আছিল নে এতিয়াও নিশ্চিত হোৱা নাই।
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৮৯১ জনলৈ বৃদ্ধি।
  • ইটালীত মৃত্যু হৈছে ৬,৮১২ জন লোক।
  • চীনত মৃত্যু হৈছে ৩,২৮১ জন লোক।
  • ইফালে ভাৰতত আক্ৰান্ত হৈ আছে ৫৩৬ জন লোক।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন।
  • ১৪ এপ্ৰিললৈকে থাকিব সম্পূৰ্ণ লকডাউন।