দেওবাৰে সন্ধ্যা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলযোগে অসমৰ ৰাইজক Corona Virusৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। লগতে আহি থকা দিন কেইটাত যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু থাকিবলৈ সকলোকে আহ্বান কৰে। কোনো অত্যন্ত জৰুৰী কাম নাথাকিলে 2 সপ্তাহৰ বাবে সকলোকে ঘৰত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।
ইতিমধ্যে দেশৰ সকলো স্কুল,কলেজ,ৰাজহুৱা সভা, চিনেমা হল আদি 31 March পৰ্যন্ত বন্ধ ৰখাৰ পদক্ষেপ লৈছে চৰকাৰে।