মঙলবাৰৰ পৰা অসমত পাঁচ দিনৰ বাবে লক ডাউন



  • মঙলবাৰৰ পৰা অসমত লক ডাউন।
  • ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই সিদ্ধান্ত।
  • ৫ দিনৰ বাবে সম্পূৰ্ণভাৱে বন্ধ ৰাখিব লাগিব দোকান-পোহাৰ।
  • সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা।
  • বে-চৰকাৰী কাৰ্যালয়সমূহো বন্ধ ৰখাৰ নিৰ্দেশ।
  • ৰাজহুৱা পৰিবহণ আৰু বে চৰকাৰী কাৰ্যালয়সমূহো হ’ব বন্ধ।
  • কোৰোনা ভাইৰাছৰ বাবে এই লক ডাউনৰ সিদ্ধান্ত।